సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
ఉదాహరణ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
పర్యాయపదాలు : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, তুল্যতা, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
అర్థం : যি ঠাইত কোনো বস্তুৰ অধিক পৰিমাণে উৎপাদন কৰা হয়:এই কাৰখানাটোৰ শ্রমিকসকলে ধর্মঘট কৰি আছে
ఉదాహరణ :
పర్యాయపదాలు : কাৰখানা, ফেক্টৰী
అర్థం : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
ఉదాహరణ : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
పర్యాయపదాలు : মিলন, যোগ, সংযোগ
అర్థం : বিজুলী মটৰ আদিৰে চলা শস্য, মাহ, দানা আদি পিচা যন্ত্র
ఉదాహరణ : এই মিলটোৰ আটা মোটা
ఆప్ స్థాపించండి