అర్థం : নম্রভাৱে কাৰোবাক কিবা কোৱা:মোক ঘৰলৈ যাবলৈ দিবৰ কাৰণে আপোনাক অনুৰোধ কৰিছো
ఉదాహరణ :
పర్యాయపదాలు : অনুৰোধ কৰা, নিবেদন কৰা, প্রার্থ্্না কৰা
అర్థం : কৰুণ স্বৰেৰে প্রার্থ্্না কৰা
ఉదాహరణ :
চাকৰটোৱে নিজৰ দীন-হীন অৱস্থাৰ কাৰণে মালিকৰ ওচৰত কাকূতি কৰিছিল
పర్యాయపదాలు : কাকূতি কৰা, কাকূতি-মিনতি কৰা, কাবৌ-কোকালি কৰা