పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মিত্র అనే పదం యొక్క అర్థం.

মিত্র   বিশেষ্য

అర్థం : হিন্দু ধর্মগ্রন্থত বর্ণিত এজন দেৱতা

ఉదాహరణ : বেদতো সূর্যদেৱক পূজা কৰাৰ বিধান আছে

పర్యాయపదాలు : অংশুমান, অংশুমালী, অর্ক, অহঃপতি, অৰুণ, আদিত্য, ঊষাপতি, কমলিনীনায়ক, কাশ্যপেয়, কিৰণমালী, গ্রহপতি, গ্রহৰাজ, চিত্রৰথ, জগচক্ষু, জ্যোতিষ্মান, তপন, তমোঘ্ন, তমোপহ, তমোহৰ, তিমিৰাৰি, দিনকৰ, দিননাথ, দিনপতি, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিবামণি, দ্যুমণি, নভশ্চক্ষু, পদ্মপাণি, পূষণ, প্রভাকৰ, বিবস্বান, বিভাকৰ, বিভাবসু, বেলি, ভানু, ভাস্কৰ, মার্ত্তণ্ড, মিহিৰ, মৰীচিমালী, সপ্তাশ্ববাহন, সহস্রাংশু, সুৰোত্তম, সূর্য, সূর্য ্দেৱতা, সূর্যদেৱ, ৰবি

అర్థం : এজন বৈদিক দেৱতা

ఉదాహరణ : মিত্র বাৰ আদিত্যৰ এজন

పర్యాయపదాలు : মিত্র দেৱ, মিত্র দেৱতা

అర్థం : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে

ఉదాహరణ : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়

పర్యాయపదాలు : দোস্তী, বন্ধু, বান্ধৱ, মিতা, সংগী, সখা, সখী, সঙ্গী