అర్థం : এবিধ মিঠা কন্দ বা মূল
ఉదాహరణ :
ব্রত পালন কৰিলে মিঠা আলুক ফল হিচাপে খোৱা হয়
పర్యాయపదాలు : মিঠাআলু
అర్థం : মাটিত বগাই যোৱা এবিধ লতাগছ, যাৰ কন্দ খাবলৈ মিঠা
ఉదాహరణ :
মিঠাআলুৰ খেতিডৰাত খেতিয়কজনে কীটনাশক ঔষধ ছটিয়াই আছে
పర్యాయపదాలు : মিঠাআলু, মিঠাআলুৰ গছ