సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কামত বা কথাত মানা কৰা
ఉదాహరణ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
పర్యాయపదాలు : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন
అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
పర్యాయపదాలు : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান
అర్థం : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
ఉదాహరణ :
పర్యాయపదాలు : মানি লোৱা, সহা, সহ্য কৰা
అర్థం : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
ఉదాహరణ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
పర్యాయపదాలు : স্বীকাৰ কৰা, স্বীকৃতি দিয়া
అర్థం : যাক নিষেধ কৰা হৈছে
ఉదాహరణ : এই বিলত ্সাঁতোৰাত বাধা আছে
పర్యాయపదాలు : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা
ఆప్ స్థాపించండి