సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰজাৰ প্রধান পত্নী
ఉదాహరణ : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
పర్యాయపదాలు : পাটৰাণী, ৰাজমহিষী
అర్థం : ৰজাৰ পত্নী
ఉదాహరణ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
పర్యాయపదాలు : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
అర్థం : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
ఉదాహరణ :
పర్యాయపదాలు : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মাদৈ, ৰাণী
అర్థం : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
ఉదాహరణ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
పర్యాయపదాలు : ওজা, বাদশ্বাহ, মহাৰজা, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী
ఆప్ స్థాపించండి