సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
ఉదాహరణ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
పర్యాయపదాలు : নি্র্যাস, ৰস
అర్థం : যি প্রবল নহয়
ఉదాహరణ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
పర్యాయపదాలు : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া
అర్థం : ভালৰ ওলোটা বা বিপৰীত
ఉదాహరణ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
పర్యాయపదాలు : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া
అర్థం : যাৰ শক্তি আৰু গতি কমি গৈছে
ఉదాహరణ : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে
పర్యాయపదాలు : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ
ఆప్ స్థాపించండి