పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মনা అనే పదం యొక్క అర్థం.

মনা   ক্ৰিয়া

అర్థం : মানি লোৱা

ఉదాహరణ : ঠেহ পতা ৰাণীয়ে মানিলে

అర్థం : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা

ఉదాహరణ : মই তেখেতক বহুত মানো

అర్థం : সহমত হোৱা

ఉదాహరణ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

పర్యాయపదాలు : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা

అర్థం : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

ఉదాహరణ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

పర్యాయపదాలు : মানি লোৱা, স্বীকাৰ কৰা

అర్థం : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা

ఉదాహరణ : মই নিৰাকাৰ ঈশ্বৰক মানো

అర్థం : মহত্ত্ব বুজি পোৱা

ఉదాహరణ : এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক