అర్థం : আনন্দ পাওঁতে অনুভৱ হোৱা
ఉదాహరణ :
এই দৃশ্যটো মোৰ ভাল লাগিছে
పర్యాయపదాలు : ভাল লগা, মন ভুলোৱা, সুখপ্রদ লগা
అర్థం : ৰুচিৰ অনুকূল হোৱা
ఉదాహరణ :
আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই
పర్యాయపదాలు : পচন্দ হোৱা, ভাল লগা, মন লগা, মনোমত হোৱা, ৰুচিকৰ হোৱা