అర్థం : ধন, বিদ্যা, প্রভুত্ব আদিৰ ওপৰত থকা এক ধৰণৰ অহংকাৰী ভাব
ఉదాహరణ :
জমিদাৰীৰ অহংকাৰত ঠাকুৰে ভালেমান কৃষকক প্রতাৰিত কৰিলে
పర్యాయపదాలు : অহংকাৰ
అర్థం : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
ఉదాహరణ :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
పర్యాయపదాలు : জাল, নিচা, মত্তাৱস্থা, ৰাগি