అర్థం : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে
ఉదాహరణ :
দুজন নিচাখোৰে নিচা খোৱাৰ পিছত নিজৰ মাজতেই থোতা-মোজা লাগিল
పర్యాయపదాలు : নিচাখোৰ
అర్థం : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে
ఉదాహరణ :
নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল
పర్యాయపదాలు : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত