పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মত అనే పదం యొక్క అర్థం.

মত   বিশেষ্য

అర్థం : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

ఉదాహరణ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

పర్యాయపదాలు : বিচাৰ, ৰায়

అర్థం : ঋষি আদিৰ মান্য উপদেশ

ఉదాహరణ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

పర్యాయపదాలు : বাদ, সিদ্ধান্ত

అర్థం : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

ఉదాహరణ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

పర్యాయపదాలు : বাদ, মতবাদ, সিদ্ধান্ত

అర్థం : মনত উদয় হোৱা কথা

ఉదాహరణ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

పర్యాయపదాలు : খিয়াল, খেয়াল, বিচাৰ