సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
ఉదాహరణ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
పర్యాయపదాలు : বিচাৰ, ৰায়
అర్థం : ঋষি আদিৰ মান্য উপদেশ
ఉదాహరణ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
పర్యాయపదాలు : বাদ, সিদ্ধান্ত
అర్థం : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ఉదాహరణ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
పర్యాయపదాలు : বাদ, মতবাদ, সিদ্ধান্ত
అర్థం : মনত উদয় হোৱা কথা
ఉదాహరణ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
పర్యాయపదాలు : খিয়াল, খেয়াল, বিচাৰ
ఆప్ స్థాపించండి