సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
ఉదాహరణ : এইখন বিয়াৰ ৰভা
పర్యాయపదాలు : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
అర్థం : একপ্রকাৰৰ ডাঙৰ তম্বু
ఉదాహరణ : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
పర్యాయపదాలు : চন্দ্রতাপ, চামিয়ানা
అర్థం : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
ఉదాహరణ : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
పర్యాయపదాలు : ৰভা ঘৰ, ৰভাস্থলী
ఆప్ స్థాపించండి