అర్థం : মণিপুৰত কোৱা ভাষা
ఉదాహరణ :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
అర్థం : মণিপুৰৰ অধিবাসী
ఉదాహరణ :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
అర్థం : মণিপুৰত থকা বা বসতি কৰা
ఉదాహరణ :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
అర్థం : মণিপুৰৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
అర్థం : মণিপুৰী ভাষাত ৰচিত
ఉదాహరణ :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?