పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মঞ্চ అనే పదం యొక్క అర్థం.

মঞ্চ   বিশেষ্য

అర్థం : নাটশালা আদিৰ যি বিশেষ স্থানত অভিনেতা অভিনেত্রীসকলে অভিনয় কৰে

ఉదాహరణ : মই ৰংগমঞ্চৰ একেবাৰে ওচৰৰ পৰা নাটক চাই আছিলোঁ

పర్యాయపదాలు : ৰংগভূমি, ৰংগমঞ্চ, ৰংগশালা, ৰঙ্গমঞ্চ

అర్థం : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান

ఉదాహరణ : নেতাজী মঞ্চৰ ওপৰত আছিল

పర్యాయపదాలు : ষ্টেজ

అర్థం : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ

ఉదాహరణ : মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে

పర్యాయపదాలు : বেদী