పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মছলা అనే పదం యొక్క అర్థం.

মছলা   বিশেষ্য

అర్థం : কোনো খাদ্য বা পানীয় আদি সুগন্ধি আৰু সুস্বাদু কৰিবৰ কাৰণে মিহলোৱা বিশেষ প্রকাৰৰ ভেষজ দ্রৱ্য

ఉదాహరణ : মছলাই খাদ্য সুস্বাদু কৰি তোলে জালুক, জিৰা, ধনীয়া আদি মছলা

పర్యాయపదాలు : মচলা

అర్థం : কোনো বিশেষ কামৰ কাৰণে বনোৱা ঔষধি বা ৰাসায়নিক দ্রৱ্যৰ মিশ্রণ

ఉదాహరణ : এই ঢোলটোৰ মছলা এৰাই গʼল

అర్థం : কিছুমান খাদ্য বা পেয় পদার্থ আদিক অধিক সুস্বাদু, গুণযুক্ত কৰিবৰ বাবে প্রযুক্ত পদার্থ

ఉదాహరణ : আজিকালি সকলো বস্তু বনাবলৈ তৈয়াৰী মচলা পোৱা যায়

పర్యాయపదాలు : মচলা