అర్థం : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
ఉదాహరణ :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
పర్యాయపదాలు : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মনোযোগ
అర్థం : নিমগ্ন হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
দিবাকৰে একাগ্রতাৰে নিজৰ কামত লাগি আছে
పర్యాయపదాలు : একাগ্রচিত্ততা, একাগ্রতা, তন্ময়তা, নিবিষ্টচিত্তে, নিমগ্ননতা, মনোযোগিতা