సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রায় সকলো ঠাইতে পোৱা উৰিব পৰা এবিধ সৰু পতঙ্গ
ఉదాహరణ : চাফ-চিকুণ নোহোৱাৰ কাৰণে গোটেই ঘৰখনত মাখিয়ে ভেন-ভেনাই আছে
పర్యాయపదాలు : মাখি
అర్థం : যিকোনো বস্তুত সাধাৰণতে উৰি আহি পৰা এবিধ কʼলা বৰণীয়া দুখন পাখি থকা পতঙ্গ!
ఉదాహరణ : গোবৰত মাখিবোৰে ভুনভুনাই আছে
పర్యాయపదాలు : মক্ষী, মাখি
ఆప్ స్థాపించండి