సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো ভয়েৰে ভৰি আছে
ఉదాహరణ : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
పర్యాయపదాలు : ভীতিজনক, ভীষণ, ভয়ানক, ভয়াবহ, শংকাজনক
అర్థం : যিটো দেখিবলৈ ভয় লগা:মহিষাসুৰক মাৰিবলৈ মা কালীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল
ఉదాహరణ :
పర్యాయపదాలు : বিকট, ভয়ানক
అర్థం : প্রয়োজনতকৈ অধিক
ఉదాహరణ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
పర్యాయపదాలు : অত্যধিক, ভীষণ, ভয়ানক
అర్థం : বহুত গভীৰ পৰিণতিযুক্ত
ఉదాహరణ : হত্যা এক ঘোৰ অপৰাধ
పర్యాయపదాలు : ঘোৰ, ডাঙৰ, ভীষণ
ఆప్ స్థాపించండి