అర్థం : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা
ఉదాహరణ :
তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে
పర్యాయపదాలు : প্রলাপ বকা, ভুল বকা
అర్థం : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা
ఉదాహరణ :
কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল
అర్థం : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা
ఉదాహరణ :
সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে
పర్యాయపదాలు : বেলবেলোৱা