సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
ఉదాహరణ : উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
పర్యాయపదాలు : উপভোক্তা
అర్థం : যিয়ে খায়
ఉదాహరణ : সিংহ এবিধ মাংসভোজী জন্তু
పర్యాయపదాలు : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষক, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোজক, ভোজনকাৰী, ভোজী
ఆప్ స్థాపించండి