సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি
ఉదాహరణ : তেওঁ বেদীত বহি কথা কৈ আছে
పర్యాయపదాలు : বেদিকা, বেদী
అర్థం : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
ఉదాహరణ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
పర్యాయపదాలు : উপঢৌকন, পাৰিতোষিক
అర్థం : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
ఉదాహరణ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
పర్యాయపదాలు : উঁহ, গুৰি, বুনিয়াদ
ఆప్ స్థాపించండి