సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পৃথিৱীৰ অভ্যন্তৰ তথা পৃথিৱী পৃষ্ঠৰ প্রস্তৰ, আকৰ, জীৱাশ্ম আৰু পৃথিৱীৰ বুৰঞ্জী অধ্যয়ন কৰা শাস্ত্র বা বিজ্ঞানৰ এটি বিভাগ
ఉదాహరణ : ভূতত্ত্ব তেওঁৰ পচন্দৰ বিষয়
పర్యాయపదాలు : ভূ-তত্ত্ব, ভূ-বিদ্যা, ভূতত্ত্ব, ভূবিদ্যা
ఆప్ స్థాపించండి