సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
ఉదాహరణ : সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
పర్యాయపదాలు : সজ্জিত
అర్థం : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ఉదాహరణ : সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
పర్యాయపదాలు : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, সজ্জিত
ఆప్ స్థాపించండి