సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
ఉదాహరణ : ইয়াৰ মাটি বৰ ভাল
పర్యాయపదాలు : মাটি, মৃত্তিকা, মৃৎ
అర్థం : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ఉదాహరణ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
పర్యాయపదాలు : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, স্থল, স্থান
ఆప్ స్థాపించండి