అర్థం : যিজনে ভিক্ষা মাগে
ఉదాహరణ :
ভিক্ষাৰীজনে গীত গাই গাই ভিক্ষা মাগিছে
పర్యాయపదాలు : ভিক্ষার্থী, ভিক্ষাৰী, ভিক্ষুক, ভিখাৰী, মগনীয়া
అర్థం : বুদ্ধ ধর্ম ্ মানি চলা সাধু
ఉదాహరణ :
কুশীনগৰত অনেক বৌদ্ধ ভিক্ষু ঘূৰি ফুৰা দেখা যায়
పర్యాయపదాలు : জাতক, বৌদ্ধ ভিক্ষু, বৌদ্ধ সন্যাসী, বৌদ্ধ সাধু, শ্রমণ