సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
ఉదాహరణ : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
పర్యాయపదాలు : বোজা
అర్థం : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
ఉదాహరణ : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
పర్యాయపదాలు : বোজ, বোজা
అర్థం : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ
ఉదాహరణ : এই বস্তুটোৰ ওজন কিমান?
పర్యాయపదాలు : ওজন, গধুৰতা, ভৰ
అర్థం : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
ఉదాహరణ : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
అర్థం : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
ఉదాహరణ : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
ఆప్ స్థాపించండి