అర్థం : কোনো বিষয়ত কিবা কোৱা
ఉదాహరణ :
আজি আচার্যই হিন্দু সংস্কৃতিৰ ওপৰত নিজৰ বক্তব্য ৰাখিলে
పర్యాయపదాలు : বক্তব্য দিয়া, বক্তব্য ৰখা, বক্তৃতা দিয়া
అర్థం : সভা আদিত শ্রোতাসকলৰ সন্মুখত কোনো বিষয়ে নিজৰ ভাব ব্যক্ত কৰা
ఉదాహరణ :
মুখ্য অতিথিয়ে অনুশাসনৰ মহত্ত্ব সম্পর্কত ভাষণ দিলে
పర్యాయపదాలు : কথা কোৱা, বক্তব্য ৰখা