పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ভালপোৱা అనే పదం యొక్క అర్థం.

ভালপোৱা   বিশেষ্য

అర్థం : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ

ఉదాహరణ : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়

పర్యాయపదాలు : মৰম

అర్థం : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

ఉదాహరణ : প্রেম নিস্বার্থ ্ হʼব লাগে

పర్యాయపదాలు : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত

అర్థం : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

ఉదాహరణ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

పర్యాయపదాలు : অনুৰাগ, প্রণয়, প্রীতি, প্রেম