పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ভাল అనే పదం యొక్క అర్థం.

ভাল   বিশেষ্য

అర్థం : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

ఉదాహరణ : সকলোৰে মংগল হোৱা কাম কৰা উচিত

పర్యాయపదాలు : কল্যাণ, মংগল, লাভ, হিত

అర్థం : উত্তম হোৱাৰ অৱস্থা

ఉదాహరణ : চৰিত্র ভালেই সকলো ভাল

పర్యాయపదాలు : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা

అర్థం : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

ఉదాహరణ : সৎলোকে সকলোৰে উপকাৰ সাধে

పర్యాయపదాలు : উপকাৰ, হিত

అర్థం : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

ఉదాహరణ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

పర్యాయపదాలు : কল্যাণ, মংগল, মঙ্গল, শুভ

అర్థం : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

ఉదాహరణ : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

పర్యాయపదాలు : অগ্রশিৰ, আগমূৰ, কপাল, ললাট

ভাল   ক্ৰিয়া বিশেষণ

అర్థం : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

ఉదాహరణ : আজি শচীনে ভাল খেলিলে

పర్యాయపదాలు : বঢ়িয়া, ভালদৰে

ভাল   বিশেষণ

అర్థం : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

ఉదాహరణ : মোৰ ভাল , আপোনাৰ ভালনে ?

పర్యాయపదాలు : বঢ়িয়া

అర్థం : যি ৰুচিৰে ভৰপূৰ

ఉదాహరణ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

పర్యాయపదాలు : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক

అర్థం : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

ఉదాహరణ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

పర్యాయపదాలు : উত্তম, সৎ

అర్థం : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ఉదాహరణ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

పర్యాయపదాలు : সজ্জন, সাধু, সুজন, সৎ

అర్థం : যি গুণেৰে ভৰা

ఉదాహరణ : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়

పర్యాయపదాలు : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণী, গুণৱন্ত, গুণৱান, ্গুণাত্মক

అర్థం : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

ఉదాహరణ : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

పర్యాయపదాలు : বঢ়িয়া

అర్థం : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

ఉదాహరణ : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

పర్యాయపదాలు : বঢ়িয়া

అర్థం : যিটো অশ্লীল নহয়

ఉదాహరణ : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে

పర్యాయపదాలు : মার্জিত, শ্লীল