అర్థం : ভাব-চিন্তা বা বিচাৰ সহকাৰে
ఉదాహరణ :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
పర్యాయపదాలు : গুণা-গঁথ্া কৰি, গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-চিন্তি
అర్థం : সাৱধান সহকাৰে
ఉదాహరణ :
যি কোনো কাম সাৱধানে কৰিব লাগে
పర్యాయపదాలు : আগ-পিছ গুণি, গুণা-গঁথা কৰি, চাই-চিতি, ভূত-ভৱিষ্যত চিন্তা কৰি, সন্তর্পণে, সাৱধানে
అర్థం : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
ఉదాహరణ :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
పర్యాయపదాలు : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-চিন্তি