అర్థం : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
ఉదాహరణ :
এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
పర్యాయపదాలు : চিন্তা কৰা, ভবা
అర్థం : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা
ఉదాహరణ :
সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
పర్యాయపదాలు : চিন্তা কৰা