అర్థం : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই
ఉదాహరణ :
সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে
పర్యాయపదాలు : ভাটৌ চৰাই
అర్థం : ভাটৌ জাতিৰ মাইকী
ఉదాహరణ :
মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে
పర్యాయపదాలు : ভাটৌ(জনী), মাইকী ভাটৌ