సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সম্বন্ধৰ বিচাৰত মাকৰ জীয়েক বা খুৰী, মামী, জেঠী আদিৰ ছোৱালী বা যাক ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত ভগ্নীৰ ্মর্যাদা দিয়া হৈছে
ఉదాహరణ : মোৰ খুৰাৰ ভনী বৰ মৃদু স্বভাৱৰ
పర్యాయపదాలు : ভগিনী, ভগ্নী
అర్థం : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
ఉదాహరణ : ৰাধা মোৰ নিজা ভনী
పర్యాయపదాలు : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভণ্টি, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
అర్థం : বয়সত সৰু ভনী
ఉదాహరణ : মোৰ ভণ্টী পঢ়া-শুনাত বৰ চোকা
పర్యాయపదాలు : ভণ্টি, ভণ্টী, সৰু ভণ্টী, সৰু ভনী
ఆప్ స్థాపించండి