సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ
ఉదాహరణ : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে
పర్యాయపదాలు : কপটাচাৰী, পাষণ্ড
అర్థం : ঠগ-প্রৱঞ্চনা কৰোঁতা
ఉదాహరణ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
పర్యాయపదాలు : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, শলাল
ఆప్ స్థాపించండి