సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
ఉదాహరణ : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
పర్యాయపదాలు : ভঁ্ৰাল, ভাখাৰী
అర్థం : যিটো গুদামত শস্য ৰখা হয়
ఉదాహరణ : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
పర్యాయపదాలు : ভঁ্ৰাল
అర్థం : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ఉదాహరణ :
పర్యాయపదాలు : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
ఆప్ స్థాపించండి