సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
ఉదాహరణ : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
పర్యాయపదాలు : ভঁ্ৰাল ঘৰ, ভাখাৰী
అర్థం : যিটো গুদামত শস্য ৰখা হয়
ఉదాహరణ : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
పర్యాయపదాలు : ভঁ্ৰাল ঘৰ
అర్థం : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ఉదాహరణ :
పర్యాయపదాలు : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
అర్థం : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
ఉదాహరణ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
పర్యాయపదాలు : ভাণ্ডাৰ, সাগৰ
ఆప్ స్థాపించండి