అర్థం : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
ఉదాహరణ :
তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
పర్యాయపదాలు : আইচ
అర్థం : পানীৰ একপ্রকাৰ গোটা ৰূপ
ఉదాహరణ :
শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
అర్థం : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
ఉదాహరణ :
আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
పర్యాయపదాలు : হিম