పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ব্লেকমেইল అనే పదం యొక్క అర్థం.

ব্লেকমেইল   বিশেষ্য

అర్థం : কাৰোবাৰ বিৰুদ্ধে ভুল বা গোপনীয় তথ্য সংগ্রহ কৰি তাৰ জৰিয়তে কোনো ব্যক্তিক ভয় দেখুৱাই টকা সংগ্রহ কৰা কার্য

ఉదాహరణ : পুলিচে এটা এনেকুৱা অপৰাধীক ধৰিলে যি ধনী মহিলাসকলক ব্লেকমেইল কৰি বহু টকা লুটিলে

అర్థం : কাৰোবাৰ বিৰুদ্ধে মিছা তথ্য সংগ্রহ কৰি লৈ মনে বিচৰা ধৰণে তেনে ব্যক্তিক সংগৃহীত তথ্যৰ ভিত্তিত ভাবুকি দিয়া কার্য

ఉదాహరణ : প্রথমে সি্ছোৱালীবোৰক ফুচুলাই অশ্লীল ফটো তুলিছিল আৰু পিছত ব্লেকমেইল কৰিছিল