పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বোধ అనే పదం యొక్క అర్థం.

বোধ   বিশেষ্য

అర్థం : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ఉదాహరణ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

పర్యాయపదాలు : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান

అర్థం : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান

ఉదాహరణ : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়

పర్యాయపదాలు : প্রাজ্ঞা, বোধশক্তি

అర్థం : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ

ఉదాహరణ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে

పర్యాయపదాలు : বুদ্ধি

అర్థం : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

ఉదాహరణ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

పర్యాయపదాలు : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি