సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বেৰ আদিৰে ঘেৰি থকা ঠাই
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
పర్యాయపదాలు : ঘেৰা
అర్థం : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
ఉదాహరణ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
పర్యాయపదాలు : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ
అర్థం : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক
ఉదాహరణ : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে
పర్యాయపదాలు : হেঙাৰ, ৰেলিঙ
అర్థం : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
ఉదాహరణ : শিলেৰে বনোৱা বেৰ মজবুত হয়
పర్యాయపదాలు : দেৱাল, প্রাচীৰ, বেৰ, ৱাল
అర్థం : চাৰিওফালৰ পৰা ঘেৰি দিয়া
ఉదాహరణ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
పర్యాయపదాలు : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া
అర్థం : চাৰিওফালে ৰখা বা আগুৰি লোৱা
ఉదాహరణ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
పర్యాయపదాలు : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-
ఆప్ స్థాపించండి