పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বেয়া అనే పదం యొక్క అర్థం.

বেয়া   বিশেষ্য

అర్థం : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

ఉదాహరణ : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

పర్యాయపదాలు : বিকাৰ, বিকৃতি

বেয়া   বিশেষণ

అర్థం : যিটো নষ্ট হৈ গৈছে

ఉదాహరణ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া

పర్యాయపదాలు : গেলা

అర్థం : যি প্রবল নহয়

ఉదాహరణ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

పర్యాయపదాలు : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, মন্দ

అర్థం : ভালৰ ওলোটা বা বিপৰীত

ఉదాహరణ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

పర్యాయపదాలు : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, মন্দ

అర్థం : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ఉదాహరణ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

పర్యాయపదాలు : লেতেৰা

అర్థం : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে

ఉదాహరణ : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে

పర్యాయపదాలు : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা

అర్థం : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

ఉదాహరణ : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

పర్యాయపదాలు : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা