పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বেলা అనే పదం యొక్క అర్థం.

বেলা   বিশেষ্য

అర్థం : ভোজন কৰাৰ নিশ্চিত সময়

ఉదాహరణ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

పర్యాయపదాలు : সময়

అర్థం : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ఉదాహరణ : সময় কাৰোবাবে ৰৈ নাথাকে

పర్యాయపదాలు : কাল, ক্ষণ, সময়

అర్థం : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ఉదాహరణ : এই কামটো কৰিবৰ সময় হʼল

పర్యాయపదాలు : ক্ষণ, দাও, সময়, সুচল, সুযোগ

বেলা   ক্ৰিয়া

అర్థం : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য

ఉదాహరణ : সীমাই বৰ খৰকৈ বেলিব পাৰে