పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বেত అనే పదం యొక్క అర్థం.

বেত   বিশেষ্য

అర్థం : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম

ఉదాహరణ : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে

పర్యాయపదాలు : মাৰি, লাখুটি, লাঠি

అర్థం : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা

ఉదాహరణ : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে

అర్థం : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়

ఉదాహరణ : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে

పర్యాయపదాలు : বেতস, বেতসলতা, বেত্র