సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
ఉదాహరణ : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
పర్యాయపదాలు : বেজী
అర్థం : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
ఉదాహరణ : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
పర్యాయపదాలు : ইনজেকচন, ইনজেক্সন
ఆప్ స్థాపించండి