సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰজাৰ পত্নী
ఉదాహరణ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
పర్యాయపదాలు : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
అర్థం : সম্রাটৰ পত্নী
ఉదాహరణ : কিছুমান সম্রাজ্ঞীয়ে ৰাজকার্য পৰিচালনাত সম্রাটক সহায় কৰিছিল
పర్యాయపదాలు : চুলতানা, মহাৰাজ্ঞী, সংৰাজ্ঞী, সম্রাজ্ঞী, সম্রাট পত্নী, ৰাজ ৰাজেশ্বৰী, ৰাজৰাজেশ্বৰী
అర్థం : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
ఉదాహరణ :
పర్యాయపదాలు : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, মহাদৈ, মহাৰাণী, মাদৈ, ৰাণী
ఆప్ స్థాపించండి