సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
ఉదాహరణ : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
పర్యాయపదాలు : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ, বৃষভ ৰাশি, বৃষৰাশিৰ লোক
అర్థం : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
ఉదాహరణ : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
పర్యాయపదాలు : বৃষ, বৃষ ৰাশি
ఆప్ స్థాపించండి