సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
ఉదాహరణ : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
పర్యాయపదాలు : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ ৰাশি, বৃষৰাশি, বৃষৰাশিৰ লোক
అర్థం : ভতৰা গৰু
ఉదాహరణ : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
పర్యాయపదాలు : বৃষ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
అర్థం : কলঘৰ আৰু গাড়ীত যুতি দিয়া গৰু জাতিৰ বন্ধোৱা মতা
ఉదాహరణ : বলদ কৃষকৰ পৰম বন্ধু
పర్యాయపదాలు : ঋষভ, বলদ, মতাগৰু
ఆప్ స్థాపించండి