పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বৃদ্ধ అనే పదం యొక్క అర్థం.

বৃদ্ধ   বিশেষ্য

అర్థం : যিজন ব্যক্তিৰ অৱস্থা ষাঠি বছৰৰ ্উর্ধত হৈছে

ఉదాహరణ : আমাৰ বুঢ়াবোৰৰ খবৰ ৰাখোতা ইয়াত কোনো নাই

పర్యాయపదాలు : বুঢ়া, বৃদ্ধ পুৰুষ

বৃদ্ধ   বিশেষণ

అర్థం : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া

ఉదాహరణ : বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়

పర్యాయపదాలు : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ লোক, বয়সীয়া মানুহ, বয়োবৃদ্ধ

అర్థం : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে

ఉదాహరణ : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে

పర్యాయపదాలు : বর্ষীয়ান, বুঢ়া, বৃদ্ধ লোক, বৃদ্ধলোক, বয়সীয়া, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ