పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বুদ্ধি అనే పదం యొక్క అర్థం.

বুদ্ধি   বিশেষ্য

అర్థం : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

ఉదాహరణ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

పర్యాయపదాలు : জ্ঞান, ধী, ধীশক্তি, বিবেক, মতি, মনীষা, মেধা

అర్థం : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ

ఉదాహరణ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে

పర్యాయపదాలు : বোধ

అర్థం : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব

ఉదాహరణ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল

పర్యాయపదాలు : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা